গেজেংগেজেপনি

গেজেং ফুল (Assamese) [ Roman: ge.jeng phul]
plc: -বিলাক, -বোৰ, dfc: -জোপা, -পাহ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Common Noun) a plant with bright and colourful flowers of different shapes. There are different types of orchid and some of them are very rare. বিভিন্ন আকৃতিৰ উজ্বল ফুল ধৰা এক শ্ৰেণীৰ গছ৷ অৰ্কিড (ইংৰাজী উচ্চাৰণ অ’কিড) বিভিন্ন প্ৰকাৰৰ আৰু কিছুমান প্ৰজাতি অতিশয় দুৰ্লভ৷